In this video I have shown you how to prepare amla fruit juice. It is full of Iron, Calcium and Vitamin-C.
The ingredients are:
Mint, Ginger, Green Peepers, Lemon Juice, Sugar, Normal Salt, Black Salt and Honey.

Let’s help fight the global disease together with this Tasty and healthy fruit juice. Drink once daily to improve your immune system and get better health to fight against cold cough viral fever.

আমলখিৰ ৰসেৰে যুঁজক যিকোনো ধৰণৰ বেমাৰৰ সৈতে ৷
আমলখি প্ৰচুৰ পৰিমাণে কেলচিয়াম,আয়ৰন আৰু ভিটামিনেৰে পৰিপুষ্ট ফল ৷ দৈনিক খাব পাৰিলে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে ৷ ঔষধি গুণৰ বাবেই আমলখিক ধাত্ৰী ফল বুলিও কোৱা হয় ৷ আমলখিৰ কেহা ৰস সকলোৱে খাব নোৱাৰে ৷ অধিক ঔষধি গুণ আৰু সোৱাদেৰে পৰিপূৰ্ণ কৰি এইদৰে খাব পাৰে ৷
উপকৰনসমূহ :
পদিনা,আদা,সেঁউজীয়া জালুক,নেমু ৰস,চেনি,সাধাৰণ নিমখ,সৈন্ধৱ লৱণ (ক’লা নিমখ) আৰু মৌজোল ৷

Facebook
Store

Thank you for watching my video and hit the like button.
Please subscribe my You Tube channel and share my video with your family friends.